Instructions

Steps to be Followed

  • Register by providing required fields.
  • Fill up the Application Form.
  • Preview and Submit your Application Form.
  • Verify Mobile No. by providing OTP.

  • For best performance use

    1. Candidates are requested to go through the complete advertisement and read the complete instructions before applying. Advertisement
    2. For Passport Size Photograph:
      • Photograph must be in colour and must be in white background and must have been taken after 1st January 2020
    3. For Signature OR Thumb Impression:
      • Signature OR thumb impression must be taken with a black or dark blue ink on a white paper.
    4. Documents to be uploaded:
      • Admit Card of HSLC or equivalent for proof of age.
      • Certificate and Marksheet of Graduation and above.
      • NCC "B" Certificate or Home Guard training certificate. .
      • Certificate of EWS from the competent authority (if applicable).
      • Certificate of caste from the competent authority in respect of the candidates belonging to ST(P) / ST(H) / SC / OBC & MOBC.

      Note: The size of the scanned documents should be 100KB to 250 KB (JPEG,JPG,PNG format only)

    নিৰ্দেশনা

    তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক

    1. প্রয়োজনীয় ক্ষেত্রসমূহ পূৰণ কৰি নিবন্ধন কৰক।
    2. আবেদন পত্ৰখন সম্পূৰ্ণ কৰক।
    3. পূৰ্বলোকণ কৰি আবেদন পত্ৰখন জমা দিয়ক।
    4. OTP দি আপোনাৰ মোবাইল নম্বৰটো সত্যাপিত কৰক।

    সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে ব্য়বহাৰ কৰক

    1. প্ৰাৰ্থী সকলে আবেদন কৰা আগত বিজ্ঞাপনটো স্পষ্টকৈ পঢ়ে যেন Advertisement
    2. চহী বা অংগুষ্ঠ চাপৰ বাবে
      • ফটোগ্ৰাফ ৰঙীন আৰু পটভূমি বগা হব লাগিব । ফটোগ্ৰাফ ২ জানুৱাৰী ২০২০ ৰ পাছত টোলা হব লগিব।
    3. চহী বা অংগুষ্ঠ চাপৰ বাবে
      • চহী বা অংগুষ্ঠ চাপ বগা কাগজত আৰু নীলা বা ক'লা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লাগিব
    4. আপলডৰ বাবে নথি পত্ৰ সমূহ:
      • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড বয়সৰ প্ৰমাণ পত্ৰ হিচাপে ।
      • স্নাতক অথবা তাতকৈ অধিক শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আৰু মাৰ্কস্বিত ।
      • এন.চি.চি. "বি" অথবা গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষনৰ প্ৰমাণপত্ৰ ।
      • আৰ্থিক ভাবে পিছপৰা সকলৰ বাবে EWS প্ৰমাণ প্ৰত্ৰ (যদিহে প্ৰযোজ্য)।
      • অনূসুচীত জাতি, অনূসূচীত জনজাতি আৰু অন্যান্যভাবে পিচপৰা জাতিৰ অনৰ্গত প্ৰাৰ্থীসকলৰ বাবে জাতি/বৰ্ণৰ প্ৰমান পত্ৰ (যদিহে প্ৰযোজ্য) ।

      টোকা: স্কেন নথি পত্ৰ সমূহ ১০০ কেবি আৰু ৫০০ কেবি'ৰ মাজত হ'ব লাগিব (জেপেগ, জেপিজি, পিএনজি আৰ্হি গ্ৰহন কৰা হ'ব)।

    Register (new candidate)